Ujjal Time

Ujjal Time Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ujjal Time, Pathsala.

সকলো ধৰণৰ চৰকাৰী আৰু বেচৰকাৰী চাকৰিৰ খবৰ সকলোতকৈ আগতে পাবলৈ আমাৰ এই Page টো Follow কৰি ৰাখিব ! 🫡Jai Hind🇮🇳 Salute Indian Soldiers⚔️🪖🇮🇳
👉 SUBSCRIBE TO MY YOUTUBE CHANNEL
https://www.youtube.com/

সকলোকে আমাৰ পেজৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনালোঁ অলপ কৈ হ'লেও যিখিনি পাৰে সহায় কৰক আপোনাৰ অলপ সহায়ৰ হাতে এজন মানুহৰ জীৱন...
25/02/2026

সকলোকে আমাৰ পেজৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনালোঁ অলপ কৈ হ'লেও যিখিনি পাৰে সহায় কৰক আপোনাৰ অলপ সহায়ৰ হাতে এজন মানুহৰ জীৱন বচাবো পাৰিব বহুত কষ্ট কৰি চলি আছিল তেওঁলোকে গতিকে উন্নত চিকিৎসা কৰিবলৈ তেওঁলোকৰ ক্ষমতা নাই সৰুৰে পৰা দেখি আহিছো খুড়াই বহু কষ্ট কৰি ওজা পালি গোৱা যদি পাৰে অকমান সহায় কৰক সকলোৱে 🙏

📢 BTC ৰ ফালৰ পৰা বন বিভাগৰ পদ মুকলি ✅ যোগ্যতা:- উচ্চতৰ মাধ্যমিক আবেদন প্ৰক্ৰিয়া চলি আছে ✅আবেদনৰ অন্তিম তাৰিখ ১৫ মাৰ্চ ২...
23/02/2026

📢 BTC ৰ ফালৰ পৰা বন বিভাগৰ পদ মুকলি ✅
যোগ্যতা:- উচ্চতৰ মাধ্যমিক

আবেদন প্ৰক্ৰিয়া চলি আছে ✅
আবেদনৰ অন্তিম তাৰিখ ১৫ মাৰ্চ ২০২৬
🔵Official Website:- https://education.bodoland.gov.in/

18/02/2026

জীৱনটোও এখন বিশ্বকাপৰ নিচিনা, ইয়াত যিকোনো ব্যক্তিয়ে যিকোনো সময়তে জয়ী হ’ব পাৰে –

সিংহ সদায় জংঘলৰ ৰজা নহয়, কেতিয়াবা চিকাৰেও প্ৰতিশোধ লয়!!

😍 বহুত বহুত ভাল খবৰ            অসম আৰক্ষীৰ SI (UB) আৰু SI (AB) Commando battalion ৰ বয়স এবছৰ লৈ বৃদ্ধি কৰা হৈছে। লগতে অ...
13/02/2026

😍 বহুত বহুত ভাল খবৰ

অসম আৰক্ষীৰ SI (UB) আৰু SI (AB) Commando battalion ৰ বয়স এবছৰ লৈ বৃদ্ধি কৰা হৈছে। লগতে অসম আৰক্ষী, বন, কাৰাগাৰ , অগ্নি নিৰ্বাপক আদি বিভাগকে ধৰি যিবোৰ পদৰ বাবে অনলাইন আবেদন যোৱা ৮/২/২৬ তাৰিখে শেষ হৈছিল, সেই পদ বোৰৰ বাবে পুনৰ ১৫/২/২৬ তাৰিখৰ পৰা ২৮/২/২৬ তাৰিখৰ লৈকে আবেদন কৰিব পাৰিব।
সৱিশেষ জানিবলৈ SLPRB ত চাব পাৰিব।

19/01/2026

বহুত ভাল খবৰ Assam Police ৰ Apply কৰাৰ বাবে বয়সৰ সময়সীমা(Age Limit) বঢ়াই দিলে মামাই লগতে ১৫ দিনলৈ আবেদনৰ সময় বৃদ্ধি কৰিলে

Address

Pathsala

Alerts

Be the first to know and let us send you an email when Ujjal Time posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ujjal Time:

Shortcuts

Share