SICE Skill Development Laluk

SICE Skill Development Laluk We ar working on ,Higher educational,Vocational education,Adult education,skill devlopment and Welfare of underprivile

এটি ভাল খবৰ আমাৰ Salnas Healthcare Academy ত নতুনকৈ সংযোজন হৈছে  General Duty Assistant(GDA) Basic Nursing কৰ্চ৷ নামভৰ্ত...
13/01/2026

এটি ভাল খবৰ আমাৰ Salnas Healthcare Academy ত নতুনকৈ সংযোজন হৈছে General Duty Assistant(GDA) Basic Nursing কৰ্চ৷ নামভৰ্তি আৰম্ভ কৰা হৈছে ৷ কোৰ্চ বিনামূলীয়া মাহিলী মাচুল দিব নালাগে।
GDA কৰ্চৰ বাবে নুন্যতম শিক্ষাগত অৰ্হতা HS উৰ্ত্তীণ হব লাগিব ৷ মাত্ৰ ৪০ টা আসনৰ হে সুবিধা আছে।

নামভৰ্তিৰ বাবে আগ্ৰহ থকা সকলে তলত দিয়া ফোন নম্বৰত যোগাযোগ কৰিব - 081330 67355

সমূহ দেশবাসীক ৭৯ তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷
15/08/2025

সমূহ দেশবাসীক ৭৯ তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷

"তেজৰ বোলেৰে লিখি যাম ইতিহাস মচি যাম দীন সমাজৰ হীন পৰিসাৰ।"আজি ২০ জুন ৰাভা দিৱস উপলক্ষে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱক শ...
20/06/2025

"তেজৰ বোলেৰে লিখি যাম ইতিহাস মচি যাম দীন সমাজৰ হীন পৰিসাৰ।"

আজি ২০ জুন ৰাভা দিৱস উপলক্ষে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱক শ্ৰদ্ধাৰে সুঁৱৰিছো। বিষ্ণুৰাভাদেৱৰ আর্দশ, সাহিত্য-কৃষ্টি-সংস্কৃতি অসমীয়া জনসাধাৰনৰ প্ৰাণত চিৰকাললৈ অমৰ হৈ থাকিব।
.

যি সকল ইচ্ছুক মহিলা ছোৱালীয়ে কাটিং আৰু টেইলৰিং শিকিবলৈ বিচাৰিছে তেওঁলোকে ৩১-০৫-২০২৫ তাৰিখৰ ভিতৰত নামভৰ্তি কৰিব পাৰিব৷ না...
18/05/2025

যি সকল ইচ্ছুক মহিলা ছোৱালীয়ে কাটিং আৰু টেইলৰিং শিকিবলৈ বিচাৰিছে তেওঁলোকে ৩১-০৫-২০২৫ তাৰিখৰ ভিতৰত নামভৰ্তি কৰিব পাৰিব৷
নামভৰ্তিৰ সময়ত মাত্ৰ ১০০০/- টকা ভৰ্তি মাচুল জমা দিব লাগিব মাহিলী কোনো মাচুল দিব নালাগে সম্পূৰ্ণ মাহিলী প্ৰশিক্ষণ মাচুল বিনামূলীয়া৷
যোগাযোগৰ নং- 081330 67355

16/05/2025

টেইলৰিং শিকিবলৈ আগ্ৰহী সকলে নামভৰ্তি কৰিব পাৰিব ৷ যোগাযোগ নং - 081330 67355

বিহুটি আদৰৰ বিহুটি সাদৰৰ ,বিহুটি অসমৰ প্ৰাণ,এনেৱা বিহুটি এৰিব লাগিলেনাথাকে অসমৰ মান ।সমূহ অসমবাসী ৰাইজলৈ অসমীয়াৰ বাপতিস...
14/04/2025

বিহুটি আদৰৰ বিহুটি সাদৰৰ ,
বিহুটি অসমৰ প্ৰাণ,
এনেৱা বিহুটি এৰিব লাগিলে
নাথাকে অসমৰ মান ।

সমূহ অসমবাসী ৰাইজলৈ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু লগতে অসমীয়া নববৰ্ষৰ হিয়াভৰা ওলগ যাছিলোঁ। এই ৰঙালীৰ ৰঙে সকলোৰে জীৱন জীপাল কৰি তোলক তাৰেই কামনা।


আপুনি বাৰু কম্পিউটাৰৰ শিক্ষাৰে শিক্ষিত হ'ব বিচাৰিছে নেকি? আপুনি নিবনুৱা হৈ ঘৰতে বহি আছে নেকি? চাকৰিৰ বাবে কাৰিকৰী দক্ষতা...
02/04/2025

আপুনি বাৰু কম্পিউটাৰৰ শিক্ষাৰে শিক্ষিত হ'ব বিচাৰিছে নেকি? আপুনি নিবনুৱা হৈ ঘৰতে বহি আছে নেকি? চাকৰিৰ বাবে কাৰিকৰী দক্ষতাৰ অভাৱত চাকৰিলাভৰ পৰা বঞ্চিত হৈছে নেকি? তেন্তে চিন্তাৰ কোনো কাৰণ নাই, আমি লৈ আহিছোঁ এক সুখৰ বতৰা। বৰ্তমান যুগটোৰ সৈতে খাপ খুৱাই যুৱ-প্ৰজন্ম আৰু দৰিদ্ৰ মহিলাসকলক কৰ্মসংস্থাপনৰ সুবিধাৰ্থে আমি আৰম্ভ কৰিছোঁ এখন কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানখনত আপোনালোকে কম্পিউটাৰৰ বিভিন্ন পাঠ্যক্ৰম, দূৰ শিক্ষাৰ জৰিয়তে উচ্চ শিক্ষা গ্ৰহণ, টেইলৰিং, মেকাপ আৰ্টিষ্টৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব।

আমাৰ প্ৰতিষ্ঠানৰ সুবিধাসমূহ হ'ল:-
১) অতি কম মূল্যৰ কোৰ্চ মাচুল।
২) উন্নত মানদণ্ডৰ শিক্ষা ব্যৱস্থা।
৩) অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান।
৪) প্ৰতিটো পাঠ্যক্ৰমৰ বাবে থিয়ৰী আৰু প্ৰেক্টিকেল নোট বুকৰ ব্যৱস্থা।
৫) প্ৰতিদিনে কোৰ্চ দিয়াৰ ব্যৱস্থা।
৬) আমাৰ ইয়াত পাঠ্যক্ৰম কৰা শিক্ষাৰ্থীসকলে National Aprenticeship promotion Scheme (NAPS) ৰ যোগেদি কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিব।
৭) বছৰত দুবাৰকৈ জব মেলাৰ আয়োজন কৰা হ'ব আৰু উক্ত জব মেলাৰ জৰিয়তে আমাৰ শিক্ষাৰ্থীসকলক কৰ্মসংস্থাপনৰ সুবিধা কৰি দিয়া হ'ব।

আমাৰ শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে যোগাযোগ কৰক:- 8133067355

SICE SKILL DEVELOPMENT HEAD BRANCH
Padumoni, Laluk ,Near Petrol pump, Lakhimpur Assam-784160

দেশৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে সমূহ ৰাইজক পোন প্ৰথমে ছালনাছ স্কীল একাডেমিৰ  তৰফৰ পৰা পৱিত্ৰ ঈদ উল ফিতৰৰ আন্তৰি...
30/03/2025

দেশৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে সমূহ ৰাইজক পোন প্ৰথমে ছালনাছ স্কীল একাডেমিৰ তৰফৰ পৰা পৱিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আশাঁ কৰো এই পৱিত্ৰ ঈদ উল ফিতৰৰ জৰিয়তে অসম তথা দেশৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সাতামপুৰুষীয়া সম্প্রীতিৰ বান্ধোন অধিক কটকটীয়া কৰি সমাজখনক আগুৱাই লৈ যাব। লগতে বিভিন্ন জাতি - জনগােষ্ঠীৰ মিলনৰ ভূমি এইখন অসমত সকলােকে শান্তিৰ বাণীৰে উদ্বুদ্ধ কৰি তুলিব ৷ ঈদ মোবাৰক


ৰং আৰু আনন্দৰ উৎসৱ পৱিত্র দৌলযাত্ৰা বা ফাকুৱা উপলক্ষে সমূহ ৰাইজক আন্তৰিক শুভকামনা জনাইছোঁ। সমাজৰ উচ্চ-নীচ, ধনী-দুখীয়াৰ প...
14/03/2025

ৰং আৰু আনন্দৰ উৎসৱ পৱিত্র দৌলযাত্ৰা বা ফাকুৱা উপলক্ষে সমূহ ৰাইজক আন্তৰিক শুভকামনা জনাইছোঁ। সমাজৰ উচ্চ-নীচ, ধনী-দুখীয়াৰ প্ৰাচীৰ ভাঙি সকলোৱে মিলিজুলি ভাগ লোৱা এই হোলী বা ফল্গুৎসৱৰ ফাকুৰ বিবিধ ৰঙে সকলোৰে মনবোৰ ৰঙীন কৰি তোলক, উৎসৱৰ আনন্দত সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰী প্ৰকট হৈ উঠক, এই শুভক্ষণত তাকে কামনা কৰিছোঁ।

Happy Holi

আজি ৮ মাৰ্চ আজি নাৰী দিৱস৷নাৰীৰ শক্তি...  অমৃত শক্তি... মহা শক্তি...  সকলো নাৰীৰ লৈ আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ           ...
08/03/2025

আজি ৮ মাৰ্চ আজি নাৰী দিৱস৷
নাৰীৰ শক্তি... অমৃত শক্তি... মহা শক্তি...
সকলো নাৰীৰ লৈ আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ
শুভেচ্ছা জনালোঁ।

Address

Laluk Padumoni, Laluk
North Lakhimpur
784160

Alerts

Be the first to know and let us send you an email when SICE Skill Development Laluk posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share