28/01/2021
এবাৰ চাকৰি বাবে Interview ৪ৰ্থ মহলৰ ওপৰত লৈ আছে।
প্ৰশ্ন কৰা হৈছিল আপোনাক যদি চাকৰিটো লাগে তেনেহ'লে সেই খিৰিকিয়েদি জাপ মাৰি দেখুওৱাক আপুনি চাকৰি পাই যাৱ।
Interview দিৱলৈ যোৱা বহুতখিনি ব্যক্তিয়েই ভাৱিলে " চাকৰিয়েই নালাগে কোনে জাপ মাৰি মৰিৱ যায় । দেহা থাকিলেহে বেহা।"
কিন্ত্ত এজনে পাৰিলে আৰু তেও চাকৰিটোও পালে । তেও খিৰিকিখনত উঠি ভিতৰৰ ফালে জাপ মাৰিলে।
এই কাৰনেই উপস্থাপনা কৰা হ'ল যে আমাৰ possitive আৰু negative thinking এ কিদৰে মগজত প্ৰভাৱ পেলায়। সেই ল'ৰাজনৰ thinking পজিটিভ থকাৰ বাবে তেওৰ মগজৰ চিন্তাই খিৰিকি খনৰ বিপৰীত ফালে জাপ মৰাৰ কথাতো মগজত নাহিল । মানুহে কেতিয়াও চাকৰি বাবে interview ত জান যোৱাৰ কাম নকৰে। বাকী সকলৰ thinking negative হোৱাৰ বাবে তেও লোকৰ মগজত অকল মৃত্যুৰ ভয়তোহে দেখা পালে । গতিকে সদায় মগজত possitive চিন্তা কৰিলে মগজেও আপোনাক সময়ত possitive বিবেচনাই দিৱ॥
আমাৰ মগজতো বহুত শক্তিশালী ইমানেই ভাৱিব নোৱাৰা শক্তিশালী যে তাক উপযুক্ত ভাৱে গঢ় দিলে আপোনাক উন্নতিৰ উচ্চতম শিখৰত ভৰি দিয়াই দিৱ। গতিকে আমি কিদৰে মগজতো ব্যৱহাৰ কৰিছো তাৰ ওপৰত নিৰ্ভৰ কৰে।
অৱচেতন মগজতেই আমাৰ সকলো সমস্যাৰ সমাধান থাকে । কিয় থাকে জানে, আপুনি শোৱাৰ সময়ত নিজৰ মনতোক এৱাৰ কৈ দিয়ক মই কাইলৈ ৰাতিপুৱা ৫ তা বজাত জাগিৱ লাগিৱ মোৰ বহুত কাম আছে । ঠিক correct ৫ বজালৈ ১মিনিত থাকোতেই আপোনাক অৱচেতন মনতোৱে জগাই দিৱ। বহুত সংখ্যক লোকৰ alarm বজাৰ ঠিক ১ মিনিতৰ আগত সাৰ পায় যায় সেইকাৰনেই।
আপোনাৰ মগজত যদি কোনো বেমাৰৰ প্ৰতি অকমানো ভয়ৰ স্থান দিয়ে সেই বেমাৰতোৰ লক্ষণ আপোনাৰ শৰীৰত দেখুৱাবলৈ ল'ৱ । যিদৰে মগজে আমাৰ শৰীৰ বেমাৰ ভাল কৰিৱও পাৰে সেইদৰে বেমাৰো কৰিৱ পাৰে । গতিকে আমি পজিটিভ চিন্তা ভাৱনাৰে এটা strong mindset গঠন কৰিলে ভৱিষ্যতে আপুনি সুখী হ'ৱ।
আগলৈ মই অৱচেতন মনৰ কথা আৰু খং, ভয়ৰ ওপৰত আলোকপাত কৰিম । পঢ়ি কেনে পালে comnt কৰি জনাৱ। পঢ়াৰ বাবে ধন্যবাদ ll