ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন/ গোৱালপাৰা জিলা কমিটি

  • Home
  • India
  • Goalpara
  • ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন/ গোৱালপাৰা জিলা কমিটি

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন/ গোৱালপাৰা জিলা কমিটি DYFI is a Left- democratice youth organization

The DYFI (Democratic Youth Federation of India) as a forward looking and progressive youth organization inspired by anti imperialist, democratic and socialist ideas takes upon itself the task of organizing the young men and woman of our country into a well-knit all India youth organization to built a powerful youth movement to fight for a democratic and progressive social system and for the uplift

and betterment of the youth community as a whole. AIMS of DYFI :->

»jobs for all, education for all and empowerment of youth.
» It stands for communal harmony.
»Constitutional approval of right to job.
»Industrialization.
»proper implementation of self employment projects.
»DYFI aims for scientific socialism.
»promote secularism of the nation. DYFI OPPOSES :->

» Anti democracy and sectarian movement.
» Economic policies guided by International Monetary fund, World Bank and World Trade Organization.» Imperialist aggression over Third World.
» Industrialization by corporates.

ফৰেষ্ট গেট, ৰাক্ষ্যসনী, মৈজংগা, হাৰিমুৰা হৈ কৃষ্ণাই লৈ যোৱা গড়কাপ্তানি পথ পুনৰ নিৰ্মানৰ দাবীত ভাৰতৰ ছাত্ৰ ফেডাৰেছন(SFI),...
01/09/2023

ফৰেষ্ট গেট, ৰাক্ষ্যসনী, মৈজংগা, হাৰিমুৰা হৈ কৃষ্ণাই লৈ যোৱা গড়কাপ্তানি পথ পুনৰ নিৰ্মানৰ দাবীত ভাৰতৰ ছাত্ৰ ফেডাৰেছন(SFI), ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (DYFI) আৰু নিখিল ভাৰত কৃষক সভা(AIKS)ৰ ৰাক্ষ্যসনী ধুপতলা বজাত প্ৰতিবাদ কৰা হয়।

12/07/2023
গণশিল্পী শ্ৰদ্ধাৰ সুদক্ষিণা শৰ্মাৰ বিয়োগত শেষ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জনালোঁ ৷
03/07/2023

গণশিল্পী শ্ৰদ্ধাৰ সুদক্ষিণা শৰ্মাৰ বিয়োগত শেষ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জনালোঁ ৷

22/10/2022
DYFI & SFI গোৱালপাৰা জিলা কমিটিয়ে ৫/০৭/২০২২ তাৰিখে দিয়া স্মাৰক পত্ৰৰ ওপৰত জিলা প্ৰশাসনে ততালিকে পদক্ষেপ লোৱাৰ বাবে দুয...
07/07/2022

DYFI & SFI গোৱালপাৰা জিলা কমিটিয়ে ৫/০৭/২০২২ তাৰিখে দিয়া স্মাৰক পত্ৰৰ ওপৰত জিলা প্ৰশাসনে ততালিকে পদক্ষেপ লোৱাৰ বাবে দুয়োটা সংগঠনৰ তৰফৰ পৰা জিলা প্ৰশাসক ধন্যবাদ জ্ঞাপন কৰিলো!

আজি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন (DYFI) গোৱালপাৰা জিলাৰ দ্বিতীয় সন্মিলন গোৱালপাৰাৰ তৰুন- বীৰেন্দ্ৰ ভৱনত অনুষ্ঠিত হৈ য...
21/04/2022

আজি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন (DYFI) গোৱালপাৰা জিলাৰ দ্বিতীয় সন্মিলন গোৱালপাৰাৰ তৰুন- বীৰেন্দ্ৰ ভৱনত অনুষ্ঠিত হৈ যায় । সন্মিলনৰ পতাকা উত্তোলন কৰে কৌশিক চৌধুৰীয়ে । কৌশিক চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সন্মিলনত শোক প্ৰস্তাব উত্থাপন কৰে জিলা সম্পাদক পাৰভেজ আলীয়ে । বিগত সময়ছোৱাত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আতৰি যোৱা ব্যক্তি সকলৰ স্মৃতিত এক মিনিট সময় মৌনতা অৱলম্বন কৰা হয় । গোৱালপাৰা চৰকাৰী বি. টি. মহাবিদ্যালয় ৰ অধ্যাপিকা মাননীয়া অপৰাজিতা চৌধুৰী বাইদেউৰ উদ্ধোধনী ভাষনেৰে সভাৰ কাম আৰম্ভ কৰা হয় । সন্মিলনত সাংগঠনিক (খচৰা) প্ৰতিবেদন উত্থাপন কৰে জিলা সম্পাদক পাৰভেজ আলীয়ে । প্ৰতিবেদন ৰ ওপৰত ১১ জন সদস্য ই আলোচনা কৰি সৰ্বসন্মতিক্ৰমে প্ৰতিবেদন গৃহীত কৰা হয় । সন্মিলনে মূল্যবৃদ্ধি, সাম্প্ৰদায়িকতাবাদ, নিবনুৱা সমস্যা, নাৰী নিৰ্যাতন, বান-গঢ়াখহনীয়া, দূৰ্নীতি, ডি ভোটাৰ আৰু এন. আৰ. চি ৰ সমস্যা, হাতী-মানুহৰ সংঘাটৰ সমস্যা, জৰাজীৰ্ণ পথৰ মেৰামতি আৰু জলজীৱন আঁচনিৰ সঠিক ৰূপায়নৰ দাবীত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাব গ্ৰহণ কৰে । আজিৰ সন্মিলনত গালিব হুছেইনক সভাপতি আৰু তাজৰিক আহমেদক সম্পাদক হিচাবে লৈ ১৫ জনীয়া সদস্যক লৈ নতুন গোৱালপাৰা জিলা কমিটি গঠন কৰা হয় । সন্মিলনত সামৰনি ভাষন ৰাখে ডি, ৱাই, এফ, আইৰ ৰাজ্যিক নেতা ৰুস্তম আলীয়ে । সন্মিলনত জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা অৰ্ধশতাধিক প্ৰতিনিধিয়ে প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে ।

শ্বহীদ দিৱস উপলক্ষে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন (DYFI)গোৱালপাৰা জিলা কমিটিৰ উদ্যোগত ৰাক্ষসিনী মিলনপাৰাত অনুস্থিত কৰা ...
23/03/2022

শ্বহীদ দিৱস উপলক্ষে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন (DYFI)গোৱালপাৰা জিলা কমিটিৰ উদ্যোগত ৰাক্ষসিনী মিলনপাৰাত অনুস্থিত কৰা ফুটবল খেলৰ কিছু দৃশ্য ৷

কৃষক বিৰোধী কৃষি আইন বাতিলৰ দাবীত, দিল্লীত চলি থকা কৃষক আন্দোলনৰ সমৰ্থনত গোৱালপাৰা জিলাত CITU, AIKS, SFI, DYFI, AIDWA ৰ ...
07/01/2021

কৃষক বিৰোধী কৃষি আইন বাতিলৰ দাবীত, দিল্লীত চলি থকা কৃষক আন্দোলনৰ সমৰ্থনত গোৱালপাৰা জিলাত CITU, AIKS, SFI, DYFI, AIDWA ৰ আইন অমান্য আন্দোলনৰ ৷ কেইবা শতাধিক আন্দোলনকাৰীক গ্ৰেপ্তাৰ কৰি প্ৰায় দুই ঘন্টা পিছত মুকলি কৰি দিয়ে ৷

04/04/2020

সমগ্ৰ দেশতে ডি ৱাই এফ আয়ে আৰ্তজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে। তলত বিভিন্ন ৰাজ্যৰ যোগাযোগ নম্বৰ দিয়া হৈছে।

Democratic Youth Federation of India (DYFI)
Central Executive Committee

Dear friend,
The hasty decision of Central Government without thinking or providing for the well being of the lakhs of migrant labour in the country, has created panic and havoc across the country. Daily wage earners are not in a position to sustain in big cities without their earnings.

They are on an exodus to their villages with their families. Heartbreaking scenes of thousands of workers, both old and young, women and children walking thousands of kilometers is seen everywhere. Many of the workers are stuck in various locations without food and other facilities. DYFI has presence in almost all states. Those who are stuck and in need can call our help-lines given below.

All India Centre
9446373370 (Mohamed Riyas)
9531569673 (Avoy Mukherjee)

Andhra Pradesh
7780141311 (Ramanna)
9440584064 (Suryarao)
9490098544 (Ramu)

Assam
9864124420 (NayanBhuyan)
9476796582(LoknathAdhikary)
9101374845 (Ritu)

Bihar
8969911022/7717708449 (Shashibhushan)
8434633502/9931632212 (Manoj)

Chhatisgarh
7694098022 (Prashant)

Delhi
9210732736 (Asif Siddiqui)
8750382131 (Sanjeev Kumar)

Haryana
9518154164 (Sandeep)
8295543396 (Naresh)
9050447742 (Shahnawaz)

Himachal Pradesh 8988406943/9418477114 (Balbir)
9418424279 (Chanderkant)
9418498991 (Anil)

Jharkhand
9386729099 (Suresh Munda)

Karnataka
9901099083 (Muneer K)
9916356025 (Basavaraj Pujar)

Kerala
9895005230 (AA Rahim)
9496083629 (Satheesh S)

Madhya Pradesh
9009340096 (AnilDoneria)
9926231163 (BhupendraGurjar)
7804842878 (Trishu)

Maharashtra
9892134522 (PreethySekhar)
9272269333 (SunilDhanava)
9373579189 (AnilWasam)

Odisha
9437368084 (Jatin Mohanty)
9438368020 (Saroj Nayak)

Punjab
9463291722 (Kulwinder)
9876207741 (Guruwinder)

Rajasthan
9413078803 (Jabar Singh Rar)
9828041633 (Jagjeet Jaggi)

Tamilnadu
9443454578 (Balavelan)
9442382338 (Rejeesh)

Telengana
9573715656 (VijayKumar)
9515225658 (Viplab Kumar)

Tripura
9856679528 (NabarunDeb)

Uttar Pradesh
9454067102 (Radheshyam)
9415155803 (Satyabhan)
9005282200 (Gulab)

Uttarakhand
9675839933 (Yusuf Tiwari)
8077621188 (Rajeshwar)

West Bengal
8013195615 (Sayandeep Mitra)
9800728191 (MinaxiMukherjee)

গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ,অধ্যাপক, সমাজকৰ্মী, বুদ্ধিজীবী,  ৰমাকান্ত বৰুৱা ছাৰে কালি (২১ ফেব্ৰুৱাৰি , ২০২০)...
22/02/2020

গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ,অধ্যাপক, সমাজকৰ্মী, বুদ্ধিজীবী, ৰমাকান্ত বৰুৱা ছাৰে কালি (২১ ফেব্ৰুৱাৰি , ২০২০) গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰিলে। অসুস্হতাৰ কাৰনে তেখেতক যোৱা ১১ ফেব্ৰুৱাৰি ত গুৱাহাটীলৈ চিকিৎসাৰ কাৰণে লৈ যোৱা হৈছিল। গোৱালপাৰাৰ সমাজ খনক তেখেতে ভাল পাইছিল। বাইদেউৰ মৃত্যুৰ পাছতো, অসুস্হতাৰ মাজেৰে হ'লেও তেখেতে অকলশৰে গোৱালপাৰাতেই অৱসৰ কালীন জীৱন কটাইছিল। বিভিন্ন সভা সমিতিত তেখেতে সক্ৰিয় অংশগ্ৰহন কৰিছিল, মুখ্য বক্তা হিচাবে ভাষণ প্ৰদান কৰিছিল। নিউ গোৱালপাৰা কলা- কৃষ্টি সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা শিল্পী দিৱসতো মুখ্য বক্তা হিছাবে তেখেতে প্ৰদান কৰা ভাষণে শ্ৰোতা ৰাইজৰ অন্তৰ জয় কৰিছিল। ঘৰুৱা মেলত তেখেতে কোৱা কথা এষাৰ আছিল এনেকুৱা ধৰণৰ " মই যে পুৱা- গধূলি সদায় এবাৰ বজাৰলৈ ওলাও, মোক বহুত বয়-বস্তু লাগে বুলি ভাবিছ নেকি? আচলতে বাহিৰলৈ ওলালে এই যে মানুহৰ মুখ বোৰ দেখা পাও (কোনোবাই মাত দিয়ে, কোনোবাই ব্যস্ততাৰ কাৰনে মাত লগাব নোৱাৰে) সেইটোৱে মনটোক সজীৱ কৰি ৰাখে।" ছাৰৰ এটা কথা বৰকৈ মনত পৰি আছে আমি যেতিয়া কা' বিৰোধী আন্দোলন কৰি আছিলো তেতিয়া ছাৰে আমাক কৈছিল মই অসুস্থ খোজকাৰিব নোৱাৰো কিন্তু আন্দোলনৰ দিনা ছাৰে ঘৰৰ পৰা ওলাই আহি বাটৰ পৰা হাত দেখাই আমাক উৎসাহিত কৰিছিল ৷ সেই দৃশ্যটো আজি মোৰ চকুৰ আগত ভাহি আছে ৷ এতিযাও ছাৰে যেন হাহি হাত মেলি আমাক দেখি আছে ৷
বৰুৱা ছাৰ ৰ মৃত্যুত গোৱালপাৰা বাসীয়ৰ লগতে DYFI গোৱালপাৰা জিলা কমিটিয়ে অন্তৰেৰে ভাল পোৱা ব্যক্তি এগৰাকীক হেৰুৱালে। আমি DYFI গোৱালপাৰা জিলা কমিটিয়ে তেখেতৰ স্মৃতিত গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো।

পাৰভেজ আলী
সম্পাদক
DYFI গোৱালপাৰা জিলা কমিটি ৷

Address

Goalpara
783101

Telephone

9706115069

Website

Alerts

Be the first to know and let us send you an email when ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন/ গোৱালপাৰা জিলা কমিটি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন/ গোৱালপাৰা জিলা কমিটি:

Share