Baharul Islam

Baharul Islam Engineer and Contractor

Yes We Can Do it...
18/04/2024

Yes We Can Do it...

18/04/2024
Way to Dhubri
18/04/2024

Way to Dhubri

07/01/2023

J

07/11/2020
মৰমৰ মামা সকল,Irritate হৈ গৈছো আপোনালোকৰ ফাল্টু Lecture বোৰ শুনি শুনি |এবাৰ বোলে শৰাইঘাটৰ যুদ্ধ |আকৌ কালি বোলে মোগলৰ আক্...
06/11/2020

মৰমৰ মামা সকল,

Irritate হৈ গৈছো আপোনালোকৰ ফাল্টু Lecture বোৰ শুনি শুনি |

এবাৰ বোলে শৰাইঘাটৰ যুদ্ধ |
আকৌ কালি বোলে মোগলৰ আক্ৰমন |
এতিয়া আকৌ আজমলৰ সভ্যতা , মিঞা আগ্ৰাহন, মিঞা মিউজিয়াম, বাংলাদেশীৰ উৎপাত, গেদা, সন্দেযুক্ত নাগৰিক, গো-মাংহ, পাকিস্তান জিন্দাবাদ, ইত্যাদি ইত্যাদি |

৫ বছৰ খালী এইবোৰে বকি বকি পাৰ কৰিব নেকি ?

আমি
যদি
সচাকে ইমান অপৰাধী,

তেনেহলে
হয় সীমান্তত গৈ ভাৰত - বাংলাদেশৰ মাজত ওখ এখন Wall বনাই দিয়ক |
নাইবা আমাৰ বাংলাদেশী কেইটাক দেশৰ পৰা বাহিৰ কৰি একে বাৰে কাটা তাৰ পাৰ কৰি দিয়ক |

অনুগ্ৰহ কৰি আমাকো শান্তিত থাকিবলৈ দিয়ক আৰু আপোনালোকেও শান্তিত থাকক |

দয়া কৰি হিন্দু মুছলমান নামত ইংৰাজৰ Divide and Rule ৰ ৰাজ+নীতি কৰি সমাজখন আৰু বিশৃংখল নকৰিব |

পজিটিব চিন্তা কৰক |
Constructive কিবা কৰক |

ৰাইজৰ আৰ্শীবাদ পাব |

নহলে আপোনালোক সকলোৰে ডাঙৰ ডাঙৰ সপোনবোৰ আধৰুৱা হৈ থাকিব !

কাৰণ
ৰাইজে
জানে
#উপদেশতকৈ আৰ্হি ভাল |
আৰু
#দেশতকৈ মোমাই ডাঙৰ নহয় |

ইতি
আপোনাৰ এজন সুঃচিন্তক |

ক্ষমা কৰিব
কাৰণ মই ইমান ভালকৈ আৰু শুদ্ধকৈ অসমীয়া লিখিব নোৱাৰো |
কাৰণ আমি যে বাংলাদেশী |

Sorry I am joking.

Address

Kakdhowa
Barpeta
781302

Telephone

+917896532521

Website

Alerts

Be the first to know and let us send you an email when Baharul Islam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Baharul Islam:

Share

Category