proprietor & Director Island academy Majuli, kamalabari

  • Home
  • India
  • Majuli
  • proprietor & Director Island academy Majuli, kamalabari

proprietor & Director Island academy Majuli, kamalabari Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from proprietor & Director Island academy Majuli, kamalabari, kamlabari Majuli, Majuli.

Children's DayIsland Academy, kamalabari
18/11/2024

Children's Day
Island Academy, kamalabari

Farewell-- class 10 and 12( sc and arts) 05.12.2023
05/12/2023

Farewell-- class 10 and 12( sc and arts) 05.12.2023

NCSC 2023
28/11/2023

NCSC 2023

28/11/2023
12/06/2023
1st day --- HS 1st year 2023
12/06/2023

1st day --- HS 1st year 2023

10/01/2023

Kids Cerebral Academy ৰ উদ্যোগত সৰ্ব ভাৰতীয় পৰ্য্যায়ত অনুষ্ঠিত হোৱা National Talent Search Drawing & Painting Competition - 2022 ত আইলেণ্ড একাডেমিৰ ছাত্ৰ বেদব্ৰত শইকীয়াই ( Category 5, Std - V & VI ) প্ৰথম স্থান পাবলৈ সক্ষম হৈছে।
প্ৰথম পুৰস্কাৰ হিচাপে বেদব্ৰত শইকীয়াই পাব 6000 /-, Gold Medal, Memento, and Merit Certificate.

উল্লেখযোগ্য যে এই পৰীক্ষাত প্ৰথম স্থানৰ পৰা দশম স্থানলৈকে প্ৰতিটো শাখাত 7 জনকৈ ছাত্ৰ - ছাত্ৰীক পুৰস্কাৰ প্ৰদান কৰা হৈছে আৰু অসমৰ পৰা একমাত্ৰ আইলেণ্ড একাডেমিৰ ছাত্ৰ বেদব্ৰত শইকীয়াই পুৰস্কাৰ পাবলৈ সক্ষম হৈছে । নিশ্চিতভাৱে বেদব্ৰত শইকীয়াৰ সফলতাই সমগ্ৰ মাজুলীবাসীকে গৌৰৱান্বিত কৰিব ।

আইলেণ্ড একাডেমিৰ প্ৰত্যেকজন সদস্যই বেদব্ৰত শইকীয়াক লৈ গৌৰৱ অনুভৱ কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে তেওঁৰ এই সফলতাই আইলেণ্ড একাডেমিৰ সকলো ছাত্ৰ ছাত্ৰীক উৎসাহ আৰু অনুপ্ৰেৰণা যোগাব ।

Address

Kamlabari Majuli
Majuli

Website

Alerts

Be the first to know and let us send you an email when proprietor & Director Island academy Majuli, kamalabari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share